https://youtu.be/waLDEk3tnwY
এই লিংকটোত ক্লিক কৰি দুগৰাকী বিহুৱা আৰু এগৰাকী নাচনীৰ বিহুনৃত্য উপভোগ কৰক৷জাপি ফুলৰ গামোচা হুচঁৰি দলৰ উদ্যোগত অনুষ্ঠিত কৰা অনলাইন বিহু নৃত্য প্ৰতিযোগিতাৰ দুগৰাকী প্ৰতিযোগীক প্ৰীন্স ভৰালীৰ ইউটিউব চেনেলত দেখুওৱা হয়৷ গতিকে সকলোৱে ঘৰতে থাকক সুৰক্ষিত থাকক৷সকলোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক৷পেজখন লাইক কৰক ৷তলত দিয়া ইউটিউব চেনেলটো Subscribe আৰু share কৰক৷ পৰৰ্ৱতী সময়তো বিহুনৃত্য প্ৰতিযোগী সকলৰ মাজৰ পৰাই নিৰ্বাচন কৰি প্ৰতিযোগীসকলক ইউটিউব চেনেলৰ তৃতীয় ভিডিঅ ত দিয়া হব৷ লিংকটো হল
https://youtu.be/waLDEk3tnwY
https://youtu.be/waLDEk3tnwY
No comments:
Post a Comment